যুৱতীৰ আত্মৰক্ষাৰ প্ৰশিক্ষণত গুৰুত্ব জুবিন গাৰ্গৰ || Zubeen on self defense for girls

যুৱতীৰ আত্মৰক্ষাৰ প্ৰশিক্ষণত গুৰুত্ব জুবিন গাৰ্গৰ || Zubeen on self defense for girls

ৰাজ্যৰ যুৱতী ছাত্ৰীৰ আত্মৰক্ষাৰ প্ৰশিক্ষণৰ ওপৰত বিশেষ গুৰুত্ব এইবাৰ জুবিন গাৰ্গৰ। আনকি, বিদ্যালয় পৰ্যায়ৰ পৰাই ছাত্ৰীৰ আত্মৰক্ষাৰ প্ৰশিক্ষণৰ ব্যৱস্থাৰো দাবী তুলিলে জুবিন গাৰ্গে। উত্তৰ পূৱ ছাত্ৰী সংগঠনৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ শিৱিৰত অংশ লৈ চৰকাৰক এই আহ্বান জুবিন গাৰ্গৰ।

20
Like
Save

Comments

Write a comment

*

*